TikTok লাভাৰৰ বাবে সুখবৰঃ টিক-টকৰ বিকল্প হিচাপে ব্যৱহাৰ কৰক ভাৰতীয় এপ চিংগাৰী
নিয়মীয়া বাৰ্তা, ১ জুলাইঃ দেশজুৰি জনপ্ৰিয় চীনৰ এপ টিক-টক কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰাৰ পিছতে ভাৰতীয় ছ'চিয়েল এপ চিংগাৰীৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পাইছে ।
ইপিনে ৰাষ্ট্ৰীয় সুৰক্ষাৰ স্বাৰ্থত টিক-টকৰ লগতে ৫৯ টা এপ নিষিদ্ধ হোৱাৰ পাছতে দেশজুৰি প্ৰতি ঘণ্টাত ২ নিযুততকৈ অধিক লোকে এপ চিংগাৰী প্ৰত্যক্ষ কৰিছে । তেনেদৰে এঘণ্টাতে প্ৰায় ১ লাখ চিংগাৰী এপ ডাউনলোড…
Read More...