কাইলৈৰ মেচৰ পূৰ্বে অভিষেকক লৈ প্ৰশিক্ষকৰ গুৰুত্বপূৰ্ণ মন্তব্য
২০২৬ টি-২০ বিশ্বকাপত অভিষেক শৰ্মা এতিয়ালৈ তিনিওটা ইনিংছতেই ‘শূন্য’ ৰানত আউট হৈছে। এই দুৰ্বল ফৰ্মৰ ফলত দলীয় পৰিচালনাই তেওঁক প্লেইং ইলেভেনৰ পৰা বাদ দিব পাৰে বুলি আলোচনা জোৰদাৰ হৈছে। ছুপাৰ-৮ পৰ্যায়ত ভাৰতৰ প্ৰথম খেলখন ২২ ফেব্ৰুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব। তাৰ পূৰ্বে টীম ইণ্ডিয়াৰ বলিং কোচ মৰ্ণে মর্কেলে স্পষ্টকৈ মত প্ৰকাশ কৰিছে।…
Read More...