ঈদৰ প্ৰাকমুহূৰ্তত বিলাসীপাৰাত মৰ্মান্তিক ঘটনা
ঈদৰ প্ৰাক মুহূৰ্তত বিলাসীপাৰাত সংঘটিত হল মৰ্মান্তিক ঘটনা।
ৰেল আস্থানৰ পানীৰ টেংকিৰ কাম কৰিবলৈ গৈ অকাল মৃত্যুক সাবটিলে দুজন শ্ৰমিক।
আস্থানটোৰ আৱাসীসকলৰ খোৱাপানীৰ বাবে স্থাপনৰ কৰিবলৈ লৈছিল টেংকীটো।
নজন শ্ৰমিকে সু-উচ্চ টাৱাৰত টেংকিটো স্থাপন কৰিবলৈ লওঁতে সংঘটিত হয় দুৰ্ঘটনাটো।
টাৱাৰটোৰ পৰা টেংকি সৰি পৰে তিনি শ্ৰমিকৰ শৰীৰত।
চাপৰ…
Read More...