ছবিগৃহত মুক্তিলাভ ককাদেউতা নাতি আৰু হাতী ২ৰ
এক মধুৰ নষ্টালজিয়া উভতি আহিছে৷ সময়ে গৰকা এটা কাহিনী উভতি আহিছে৷ বুকুত সামৰি লৈ আহিছে আশীৰ দশকৰ ককাদেউতা নাতি আৰু বৃকোদৰৰ এটা জীপাল অনুভৱ৷ নতুনত্বৰ সঞ্জীৱনী পৰশেৰে উজ্জীৱিত কৰিবলৈ আহিছে ককাদেউতা নাতি আৰু হাতী ২৷
১৯৮৩ চনৰ ছুপাৰহিট অসমীয়া চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷ অসমীয়া চিনেমাৰ স্বর্ণিল যুগৰ এখন কালজয়ী চিনেমা আছিল ককাদেউতা নাতি আৰু হাতী৷…
Read More...