পেট্ৰ’ল-ডিজেল-বাণিজ্যিক LPG চিলিণ্ডাৰৰ দাম হ্ৰাস
দীৰ্ঘদিন ধৰি মূল্যবৃদ্ধিৰ বোজা বহন কৰি অহা সাধাৰণ জনতাৰ বাবে কিছু সকাহৰ খবৰ। ব্যক্তিগত ইন্ধন বিক্ৰেতা নায়াৰা এনৰ্জিয়ে পেট্ৰ'লৰ মূল্য প্ৰতি লিটাৰত ৫ টকা আৰু ডিজেলৰ মূল্য প্ৰতি লিটাৰত ৩ টকা হ্ৰাস কৰিছে। আনহাতে কেন্দ্ৰীয় চৰকাৰে ১৯ কেজি বাণিজ্যিক LPG চিলিণ্ডাৰৰ মূল্য ১৮৩.৫০ টকা কমাইছে।
এই মূল্য হ্ৰাসৰ মূল কাৰণ হৈছে মধ্যপ্ৰাচ্যত উত্তেজনা হ্ৰাস পোৱাৰ…
Read More...