কাছাৰৰ বাঁশকান্দিত বুজন পৰিমাণৰ ড্ৰাগছসহ আৰক্ষীৰ জালত পিতৃ-কন্যা
ডিজিটেল ডেস্ক, ৩০ জুন : কাছাৰ আৰক্ষীয়ে ড্ৰাগছবিৰোধী অভিযানত পুনৰ এক বৃহৎ সফলতা লাভ কৰিছে। গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই বুজন পৰিমাণৰ হেৰ’ইন আৰু নিচাজাতীয় টেবলেটসহ এজন লোক আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাটো সংঘটিত হৈছে কাছাৰ জিলাৰ বাঁশকান্দি আলিপুৰত।
জানিব পৰা মতে, সোমবাৰে পুৱতি নিশা বাঁশকান্দিৰ আলিপুৰৰ বাসিন্দা ছামছুল…
Read More...