দিল্লী কেপিটেলছক হৰুৱাই আইপিএলত প্রথম জয় চেন্নাই ছুপাৰ কিংছৰ
ডিজিটেল ডেস্ক, ১২ এপ্রিল : পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছে চলিত আইপিএলত প্রথমটো জয়ৰ মুখ দেখিছে৷ প্রথম তিনিখন মেচত পৰাস্ত হোৱা চেন্নায়ে শনিবাৰে চেন্নাইত অনুষ্ঠিত মেচখনত দিল্লী কেপিটেলছক ২৩ ৰানত পৰাস্ত কৰে৷ ঘৰুৱা দলটোৱে জয়ৰ বাবে বান্ধি দিয়া ২১৩ ৰানৰ লক্ষ্য অনুসৰণ কৰিবলৈ আহি ট্রিষ্টান ষ্টাবছৰ ৩৮ বলত ৬০ আৰু অ’পেনাৰ পাথুম নিছানকাৰ ৪১ ৰানৰ সহায়ত…
Read More...