আলোচনাক লৈ পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত কি ক’লে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই?
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰীঃ আলোচনা সন্দৰ্ভত পৰেশ বৰুৱাৰ মন্তব্যৰ পিছত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে গণতান্ত্ৰিক ভাৱে নিৰ্বাচিত এখন চৰকাৰে সাৰ্বভৌমত্ব বুলি কৈ আলোচনা বহিব পাৰে নে নোৱাৰে এই বিষয়টো নিশ্চয় কেন্দ্ৰীয় চৰকাৰে বিবেচনা কৰিব। কিন্তু এসময়ত আলফাৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আলোচনাৰ এটা বাতাবৰণ তৈয়াৰ কৰা হৈছিল আৰু কেন্দ্ৰীয় চৰকাৰে উল্লেখ…
Read More...