নিশা ক’ভিড-১৯ ৰোগীৰ স্বাস্থ্যৰ বুজ ল’বলৈ MMCH ত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ৩ এপ্ৰিলঃ শুকুৰবাৰে নতুনকৈ ক'ভিড-১৯ আক্ৰান্ত হোৱা ৪ জনকৈ লোকৰ স্বাস্থ্যৰ বুজ ল'বলৈ নিশা মহানগৰীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত উপস্থিত হ'ল স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ।
লগতে এই ক'ভিড-১৯ আক্ৰান্ত ৰোগীকেইজনৰ স্বাস্থ্য সন্দৰ্ভত চিকিৎসালয়খনৰ চিকিৎসকৰ সৈতে স্বাস্থ্যমন্ত্ৰী গৰাকী আলোচনাত মিলিত হয়।
#IndiaFightsCorona…
Read More...