নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ বিভিন্ন স্থানত বিকল ষ্ট্ৰীট লাইট

ফুলদানিত পৰিণত হৈছে মহানগৰীৰ বিভিন্ন পথৰ ষ্ট্ৰীট লাইট সমূহ

গুবাহাটীঃ নিশা হলেই অন্ধাকাৰত ডুব যায় মহানগৰীৰ বিভিন্ন অঞ্চল। জি এছ ৰোড, চানমাৰী, হেঙেৰাবাৰী, ডাউন টাউনকে ধৰি কামাখ্য়ালৈকে বিভিন্ন স্থানত বিকল হৈ পৰিছে ষ্ট্ৰীট লাইট সমূহ। বিগত কিছুদিন ধৰি লাইটসমূহ জ্ৱলা নাই যদিও খবৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ফলত জীয়াতু ভুগিব লগীয়া হৈছে ৰাইজে। ব্য়স্ততাপূৰ্ণ এলেকাত অন্ধকাৰ হৈ থকা স্ৱত্ত্ৱেও কৰ্তৃপক্ষই গুৰুত্ৱ নিদিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছে ৰাইজে। গুৱাহাটী উন্নয়ন ৱিভাগ, পৌৰ নিগমকে ধৰি চৰকাৰক শীঘ্ৰে লাইটসমূহ কাৰ্যক্ষম কৰি তুলিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

You might also like