মহানগৰ পাণ্ডু ঘাটত অঘটনঃ ৪ ছাত্ৰ সন্ধানহীন ব্ৰহ্মপুত্ৰত By নিয়মীয়া বাৰ্তা On Sep 26, 2021 Share মহানগৰৰ পাণ্ডু ঘাটত অঘটন ৪জন ছাত্ৰ সন্ধানহীন ব্ৰহ্মপুত্ৰত টিউচনৰ পৰা গা ধুবলৈ আহিছিল ব্ৰহ্মপুত্ৰত আটাইকেইজন দশম শ্ৰেণীৰ ছাত্ৰ ঘাটত উদ্ধাৰ স্কুল বেগ আৰু জোতা SDRFএ আৰম্ভ কৰিছে উদ্ধাৰ অভিযান Share