গুৱাহাটীৰ বৰবাৰীত ডকাইতিৰ চেষ্টা
- মহানগৰীত ডকাইতৰ চেষ্টা
- মহানগৰীৰ বৰবাৰীত সংঘটিত হৈছে এই ঘটনা
- বৰবাৰীৰ এঘৰ লোকৰ ঘৰত দিনতে তলা ভাঙি ডকাইতিৰ চেষ্টা
- স্হানীয় ৰাইজৰ তৎপৰতাত কৰায়ত্ত কৰে ডকাইতি গেঙৰ এটাক
- গেংটোৰ বাকীকেইটা পলাবলৈ সক্ষম হয়
- কৰায়ত্ত কৰা ডকাইতটোৰ পৰা উদ্ধাৰ হৈছে এটা নকল পিষ্টল
- ডকাইতিত ব্যৱহৃত সামগ্ৰী,এটা স্পে, কেইবাখনো পানকাৰ্ড, ড্ৰাইভিং লাইচেন্স, সোণৰ চেইন
- নগদ কিছু টকা, কাপোৰ সহ অন্যান্য সামগ্ৰী
- ডকাইতটোৱে নিজকে ত্ৰিদিপ কুমাৰ দাস বুলি চিনাকি দিছে
- দিছপুৰ আৰক্ষীয়ে আহি লৈ যায় ধৃত ডকাইতটোক।
ডিজিটেল ডেস্ক, ১৯ জুন