নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জু–নাৰেংগী পথত দাওদাওকৈ জ্বলিল মেজিক

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ মহানগৰীৰ জু–নাৰেংগী ৰাজপথত আজি পুৱা হঠাৎ জ্বলি উঠে এখন মেজিক৷ কেইবাগৰাকীও যাত্রী কঢ়িয়াই লৈ অহা মেজিকখন যান্ত্রিক বিজুতি ঘটি জ্বলি উঠে৷ অৱশ্যে সৌভাগ্যক্রমে মেজিকখনৰ চালক আৰু যাত্রীসকল ৰক্ষা পৰে৷ ঘটনাস্থলীত অগ্ণিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্রণ কৰে যদিও মেজিকখন ভস্মীভূত হয়৷

You might also like