নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুকলি হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু

নিয়মীয়া বাৰ্তা, ২২ অক্টোবৰঃ আজি মুকলি কৰা হ’ল নৱ-নিৰ্মিত গণেশগুৰি উৰণীয়া সেতু। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুকলি কৰে উৰণীয়া সেতুখন। মহা ষষ্ঠীৰ দিনাই গুবাহাটীবাসীলৈ উপহাৰ। মহানগৰীৰ যান-যট সমস্যা দুৰ কৰাত এই উৰণীয়া সেতুখনে নিশ্চয়কৈ প্ৰভাৱ পেলাব। মাত্ৰ ১৯ মাহতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তোলা হৈছে। উৰণীয়া সেতুত উদ্ভাসিত হৈছে অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাইজলৈ উৰ্চগা কৰে উৰণীয়া সেতুখন। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য।

You might also like