জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি
জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ ঘেৰাও হাজাৰ হাজাৰ লোকৰ
সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতি হাজাৰ হাজাৰ লোকৰ
ঘৰৰ গেট ভাঙি প্ৰৱেশৰ চেষ্টা উত্তেজিত লোকৰ
জুবিনৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ দঁতালপাৰাৰ মানপাৰাৰ বাসগৃহৰ সন্মুখত ৰণোন্মাদ জুবিন অনুৰাগী
সিদ্ধাৰ্থ শৰ্মাক বিচাৰি অসংখ্য ক্ষুব্ধ জুবিন অনুৰাগীৰ প্ৰতিবাদ
ইফালে সিদ্ধাৰ্থ শৰ্মাৰ ধীৰেনপাৰাৰ বাসগৃহত SITয়ে আৰম্ভ কৰিছে অভিযান
নিয়মীয়া বাৰ্তা ডেস্ক, ২৫ ছেপ্টেম্বৰ