নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহিলা চুৰুণীৰ টাৰ্গেট এইবাৰ গুৱাহাটীৰ বৈদ্যুতিক কপাৰ তাঁৰ

  • বশিষ্ঠ আৰক্ষীৰ আন এক সফল অভিযান
  • ১২ ঘণ্টাৰ ভিতৰতে ৰাজহুৱা সামগ্ৰী চুৰি হোৱাৰ গোচৰ সমাধান বশিষ্ঠ আৰক্ষীৰ
  • মহিলা চুৰুণীৰ টাৰ্গেট এইবাৰ গুৱাহাটীৰ বৈদ্যুতিক কপাৰ তাঁৰ
  • বশিষ্ঠৰ লক্ষ্মীনগৰৰ পানী যোগান প্ৰকল্পৰ বৈদ্যুতিক তাৰত মহিলা চুৰুণীৰ শেনচকু
  • ৫০০ ফুট দৈৰ্ঘ্যৰ পানী পাম্পৰ বৈদ্যুতিক তাঁৰ চুৰি কৰিছিল ২ মিঞা চুৰুণীয়ে
  • চুৰিকাৰ্য সংঘটিত হোৱাৰ ১২ ঘণ্টাৰ ভিতৰতে বশিষ্ঠ আৰক্ষীয়ে কৰায়ত্ত কৰে মিঞা চুৰুণীক
  • সিজুবাৰীৰ পৰা গ্ৰেপ্তাৰ জেচমিনা বেগম আৰু হাতীগাঁৱৰ পৰা গ্ৰেপ্তাৰ আমেলা খাতুন নামৰ ২ মিঞা চুৰুণীক
  • ২ মিঞা চুৰুণীয়ে চুৰি কৰি নিয়া সামগ্রী বিক্ৰী কৰিছিল সিজুবাৰীৰ ইমৰান আলীৰ ওচৰত
  • বশিষ্ঠ আৰক্ষীয়ে ৩ অভিযুক্তৰ পৰা উদ্ধাৰ কৰে ২০ কেজি ওজনৰ PVC বৈদ্যুতিক তাঁৰ
  • প্ৰায় ১৩ কেজি ওজনৰ ইনচুলেটেড তামৰ বৈদ্যুতিক তাৰৰ বাণ্ডিল
  • CCTV VISUALS নিৰীক্ষণ কৰি আৰক্ষীয়ে তাৎক্ষণিকভাৱে কৰায়ত্ত কৰে চোৰৰ দলটোক
  • দীৰ্ঘদিনে হাতীগাঁও, বশিষ্ঠ, বেলতলা অঞ্চলত বিভিন্ন চুৰিকাৰ্য চলায় আহিছিল ২ মিঞা মহিলা চুৰুণীয়ে।

ডিজিটেল ডেস্ক, ১৭ জুলাই

You might also like