নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ম্যানমাৰত আটক আং চান চ্যু কী

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ সোমবাৰে আটক কৰা হয় আং চান চ্যুকীক। চৰকাৰ আৰু সামৰিক বাহিনীৰ মাজত উত্তেজনা বৃদ্ধি কৰাৰ ফলত আটক কৰা হয় তেওঁক। ম্যানমাৰৰ সংবাদ মাধ্যমে জনোৱা অনুসৰি, আং চান চ্যুকী আৰু তেওঁৰ দলৰ সভাপতিক আটক কৰা হৈছে।

সামৰিক শাসনৰ বিৰুদ্ধে যোৱা এক দশক ধৰি অহিংস সংগ্ৰাম অব্যাহত ৰাখি দেশখনৰ নেতা হৈছিল ৭৫ বছৰীয়া আং চান চ্যুকী।

যোৱা নৱেম্বৰৰ নিৰ্বাচনত আং চান চ্যু কীৰ নেচনেল লীগ ফৰ ডেমক্রেচি (এনএলডি) ৰ দলে ৩৪৬খন আসন লাভ কৰিছিল৷ 

You might also like