নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিনকৰ গুপ্তাক ‘নিয়া’ৰ সঞ্চালকপ্রধানৰ দায়িত্ব

বিশেষ বাৰ্তা, ২৪ জুনঃ জ্যেষ্ঠ আইপিএছ বিষয়া দিনকৰ গুপ্তাক ৰাষ্ট্রীয় অনুসন্ধান সংস্থা (নিয়া)ৰ সঞ্চালকপ্রধান হিচাপে নিযুক্তি দিয়া হৈছে৷ ১৯৮৭ৰ বেটছৰ আইপিএছ বিষয়া গুপ্তা ‘নিয়া’ৰ সঞ্চালকপ্রধানৰ দায়িত্বত থাকিব ২০২৪ৰ ৩১ মার্চলৈকে৷ আজিৰে পৰা অভিজ্ঞ আইপিএছ বিষয়াগৰাকীয়ে ৰাষ্ট্রীয় অনুসন্ধান সংস্থাৰ মুৰব্বীৰ দায়িত্ব গ্রহণ কৰিছে৷ ইফালে, আইবিৰ বিশেষ সঞ্চালক স্বাগত দাসক কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিশেষ সচিব পদত নিযুক্তি দিয়া হৈছে৷

You might also like