নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কইনাৰ সাজ পিন্ধিয়ে Push-up কৰিলে এগৰাকী কইনাই; ভিডিঅ’ ভাইৰেল

 মনৰ ইচ্ছা থাকিলে সকলো সম্ভৱ!ইয়াক প্ৰমাণ কৰিলে এগৰাকী কইনাই। বিয়াৰ দিনাও গধুৰ লেহেংগা, গহনাৰে কইনাৰ সাজ পৰিধান কৰিয়ে এগৰাকী যুৱতীয়ে কৰিলে শৰীৰ চৰ্চা। ইয়াৰ পাছতে তেওঁৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে।

বহুতে ভিডিঅ’টোত ফিটনেছ ফ্ৰি কইনাগৰাকীক প্ৰশংসা কৰিছে।

 

 

View this post on Instagram

 

A post shared by aana arora (@aan4490)

You might also like