নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘আপ’ৰ কাৰ্যালয়ত কেজৰিৱালে পাটিলে পত্নী সুনীতাৰ জন্মদিন

নিয়মীয়া বাৰ্তা ১১ ফেব্ৰুৱাৰীঃ এফালে নিৰ্বাচনী ফলাফল আৰু আনফালে পত্নীৰ উপজাদিন । যাৰ বাবে দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনাৰ মাজতেই মঙলবাৰে আম আদমী পাৰ্টিৰ মুখ্য কাৰ্যালয়ত অৰবিন্দ কেজৰিৱালে পত্নী সুনীতা কেজৰিৱালৰ জন্মদিন উদযাপন কৰে । এই অনুষ্ঠানৰ সময়ত কাৰ্যালয়ত ‘আপ’ৰ নেতাসকলো উপস্থিত আছিল ।

উল্লেখ্য যে দুয়ো পূৰ্বে ভাৰতীয় ৰাজহ সেৱা বিষয়া আছিল ।

You might also like