নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম্বেট ইউনিফৰ্মত ইষ্টাৰ্ণ কমাণ্ড ভ্ৰমণ সেনা প্ৰধান এম এম নাৰৱানেৰঃ বুজ লয় প্ৰস্তুতিৰ

নিয়মীয়া বাৰ্তা ১৯ জানুৱাৰীঃ ভাৰতীয় সেনাৰ মুৰব্বী জেনেৰেল এম এম নাৰৱানে আজি ইষ্টাৰ্ণ কমাণ্ড পৰিদৰ্শন কৰিবলৈ উপস্থিত হয়। এই সময়ছোৱাত তেওঁক সেনাৰ নতুন কম্বেট ইউনিফৰ্ম পিন্ধা দেখা গৈছিল। ভাৰতীয় সেনাই শেহতীয়াকৈ ৭৪ তম সেনা দিৱস উপলক্ষে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এই নতুন কম্বেট ইউনিফৰ্ম প্ৰৱৰ্তন কৰিছিল।

সেনাৰ পেৰাচ্যুট ৰেজিমেণ্টৰ কমাণ্ডোসকলক দিল্লী কেণ্টৰ পেৰেড গ্ৰাউণ্ডত এই ইউনিফৰ্ম পিন্ধা দেখা গৈছিল। এই ইউনিফৰ্ম বহুতো গুণেৰে পৰিপূৰ্ণ। যিয়ে সেনাৰ দশক পুৰণি কম্বেট পোছাকৰ স্থান লৈছে।

You might also like