নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জম্মু আৰু কাশ্মীৰত সেনাৰ চিতা হেলিকপ্তাৰ দুৰ্ঘটনাগ্ৰস্থ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ জম্মু আৰু কাশ্মীৰৰ ৰিয়াসী জিলাত সোমবাৰে পুৱা ১১.১৫ বজাত এখন সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈছে।সেনাৰ সূত্ৰত প্ৰকাশ যে দুয়োজন পাইলট নিৰাপদে আছে। লগতে উক্ত ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।
চিতা হেলিকপ্টাৰ ১৯৭৩ চনত ভাৰতীয় সেনা বাহিনীৰ লগত চামিল কৰা হৈছিল। তেতিয়াৰে পৰা ভাৰতীয় সেনা বাহিনীক বিভিন্ন সময়ত ব্যৱহাৰ হৈ আহিছে।

You might also like