নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ শতাংশলৈ বৃদ্ধি পাইছে কভিডত আৰোগ্যৰ হাৰ

দেশত কভিডত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালেও তাৰ বিপৰীতে বৃদ্ধি পাইছে আৰোগ্যৰ হাৰ। বুধবাৰে ভাৰত চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি এই হাৰ ৮০.৩৩ লৈ বৃদ্ধি পাইছে।

সেই অনুসৰি ভাৰতত কভিডত আক্ৰান্ত হৈ মুঠ আৰোগ্য হৈ উঠিছে ১৪৭১৭৩৭১ জন লোক।আনহাতে মৃত্যু হৈছে ২লাখৰো অধিক অতিক্ৰম কৰিছে।

You might also like