নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰৰ বিজয় বল্লভ ক’ভিড হাস্পতালৰ ICUত অগ্নিকাণ্ড, ১৩ জন নিহত

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ মহাৰাষ্ট্ৰৰ বিজয় বল্লভ ক’ভিড হাস্পতালত ভয়ংকৰ ঘটনা। পুৱতি নিশা ক’ভিড হাস্পতালৰ ICUত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈ মৃত্যু হয় ১৩ জনকৈ লোক।

পুৱতি নিশা ৩ বাজি ১৫ মিনিটত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ পাছতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়।

You might also like