নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ ৰাজহুৱা কৰিলে জীয়ৰীৰ ছবি। কণমানিজনীৰ নামো জনালে দেশৰ অন্যতম ‘পাৱাৰ কাপল’ বিৰুষ্কাই। কণমানি জীয়ৰীৰ সৈতে ছবি আৰু নাম দি সোমবাৰে পুৱাই এক ষ্টেটাছ নিজৰ ইনষ্টাগ্রাম হেণ্ডেলত শ্বেয়াৰ কৰিলে অনুষ্কাই। য’ত সদ্যজাত সন্তানক কোলাত লৈ থকা দেখা গৈছে বিৰাট-অনুষ্কাক।
উল্লেখ্য যে বিৰাট-অনুষ্কাই তেওঁলোকৰ জীয়ৰীৰ নাম ৰাখিছে ‘ভামিকা’ (Vamika)। জীয়ৰীৰ ছবি শ্বেয়াৰ কৰি প্রত্যেককে ধন্যবাদ জনাইছে অনুষ্কা, বিৰাটে।
চাওক সেই ছবিখন…
View this post on Instagram