নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘোষণা হ’ব CONTAINMENT ZONE! ১৪ দিনৰ বাবে বন্ধ হ’ব শ্বপিং মল, ৰেষ্টুৰেণ্ট, বাৰ, জীম… ক’ত?

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ নতুন ক’ভিড নিৰ্দেশনা।এই নির্দেশনাত কেন্দ্রীয় স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিছে কন্টেইমেন্ট জনৰ চৰ্তাৱলী।

এটা সপ্তাহত পজিটিভিটী ১০ শতাংশতকৈ বেছি হ’লে অথবা হাস্পতালৰ বিছনা ৬০ শতাংশতকৈ বেছি হ’লে ঘোষণা সমগ্ৰ অঞ্চল অথবা এখন জিলাক ঘোষণা কৰা হ’ব কন্টেইমেন্ট জন

বিবাহত কেৱল ৫০ জন আৰু অন্তেষ্ট্যিক্ৰিয়াত ২০ জনৰ অনুমতি

ইয়াৰ লগতে কনন্টেইমেন্ট হ’লে প্ৰযোজ্য হ’ব সান্ধ্য আইন।

ৰাজহুৱা পৰিবহণত ৫০ শতাংশৰহে অনুমতি

চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত উপস্থিতি ৫০ শতাংশৰহে অনুমতি প্রদান কৰিছে কেন্দ্ৰীয় চৰকাৰে।

 

You might also like