নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঠিকনা সোধাৰ অজুহাতত ৪যুৱতীৰ কামনাৰ বলি হ’ল যুৱক

নিয়মীয়া বাৰ্তা, ২৩নৱেম্বৰ: পঞ্জাৱৰ জলন্ধৰত চাঞ্চল্যকৰ ঘটনা। চাৰি যুৱতীৰ কামনাৰ বলি হ’ল এজন যুৱক। ঘটনা অনুসৰি এজন যুৱকে দুপৰীয়া কৰ্মস্থলীৰ পৰা ঘৰলৈ যোৱাৰ সময়তে পথত এখন বাহনত উঠি অহা চাৰিগৰাকী যুৱতীয়ে তেওঁক ঠিকনা সুধিবলৈ ধৰে। কিন্তু ঠিকনা কোৱাৰ সময়তে যুৱতীকেইগৰাকীয়ে তেওঁক অচেতন কৰি অপহৰণ কৰি লৈ যায়। অকল এয়াই নহয় ইয়াৰ পিছতে চাৰিওগৰাকী যুৱতীয়ে তেওঁক ধৰ্ষণ কৰে।

You might also like