নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাত আক্ৰান্ত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰ

নিয়মীয়া বাৰ্তা, ১৭ এপ্ৰিলঃ  ক’ৰোনাত আক্ৰান্ত হ’ল কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী প্ৰকাশ প্ৰকাশ জাভেদকাৰ৷ শুকুৰবাৰে নিশা টুইট যোগে এই কথা জনায় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷

ক’ৰোনাত আক্ৰান্ত হোৱাৰ পাচতে মন্ত্ৰীগৰাকীয়ে বিগত দিনসমূহত তেওঁৰ সংস্পৰ্শলৈ অহা লোকসকলক নিজৰ ক’ভিড পৰীক্ষা কৰাবলৈ আহ্বান জনায়৷

You might also like