নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উচ্চতম ন্যায়ালয়ত ৮০ লোকৰ দেহত কৰোনা

নিয়মীয়া বাৰ্তা ১২ এপ্ৰিলঃ  অৱশেষত উচ্চতম ন্যায়ালয়ৰ মজিয়া পালেগৈ কৰোনা ভাইৰাছ ৷ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ প্ৰায় ৮০ গৰাকী কৰ্মচাৰী কৰোনাত আক্ৰান্ত হৈছে । ফলত সকলো ন্যায়াধীশে এতিয়া ঘৰৰ পৰাই কাম কৰিব আৰু ভিডিঅ’ কনফাৰেন্সিঙৰ যোগেদি সকলো গোচৰৰ শুনানি গ্ৰহণ কৰিব ।

SOURCE- ETV BHARAT
You might also like