নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আগ্রাত হঠাৎ অন্তর্ধান হ’ল তাজমহল…

আগ্রাত শনিবাৰে হঠাৎ অন্তর্ধান হ’ল পৃথিৱীৰ সপ্তম আশ্চর্য তাজমহল৷ এই ঘটনাত হতবাক হৈ পৰে দেশ–বিদেশৰ পর্যটক৷ এয়া কোনো যাদুকৰৰ যাদু নাছিল৷ ইয়াৰ ঘাই কাৰণটোৱে হ’ল দিল্লীৰ নিয়ন্ত্রণহীন প্রদূষণ আৰু ঘন কুঁৱলী৷

শনিবাৰে ৰাজধানী চহৰৰ বায়ুৰ গুণমান সূচাংক ৩৮০ৰো অধিক হয়৷ ইয়াৰ ফলত দৃশ্যমানতা শূন্য হৈ পৰে৷ আগ্রাত তাজমহল দর্শনৰ বাবে যোৱা পর্যটকসকলে ঘন কুঁৱলীৰ বাবে বহু সময়লৈকে দেখা নাপালে তাজমহল৷

নিউজ ডেস্ক, ২১ ডিচেম্বৰ :

You might also like