নিয়মীয়া বাৰ্তা ৯ ছেপ্টেম্বৰঃ জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ ইনপুটৰ ভিত্তিত মঙলবাৰে নিশা কুলগামৰ জোৱাহৰ টানেলৰ কাষত সেনা-আৰক্ষীৰ এক যৌথ অভিযানত ২ সন্দেহজনক লোকক গ্রেপ্তাৰ কৰা হয়।
এই অভিযানত জম্মুৰ পৰা আহি থকা অৱস্থাত এখন ট্রাকত ১ টা এ কে 47 ৰাইফল, ১ টা M4 US Carbine, ৬ টা চীনা পিস্তল, মেগাজিন আৰু আইইডিৰে ভৰা বক্স উদ্ধাৰ কৰা হৈছে।
বৰ্তমান সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে সেনাই।
Based on inputs of Jammu & Kashmir Police, two suspects were arrested in a joint operation near Jawahar Tunnel, Kulgam midnight yesterday. An AK-47 rifle, an M4 US Carbine, 6 Chinese Pistols & magazines recovered from a truck coming from Jammu: Indian Army pic.twitter.com/en2VnfHkbL
— ANI (@ANI) September 9, 2020