নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্ৰত তিনি শতাধিক ডাক্তৰ ক’ভিড পজিটিভ

ক’ভিডৰ তৃতীয় ঢৌত বিধ্বস্ত মহাৰাষ্ট্ৰ। ৰাজ্যখনৰ বিভিন্ন হাস্পাতালত কৰ্মৰত ৩৩৮ গৰাকী ৰেছিডেন্সিয়েল ডাক্তৰ যোৱা ৪ দিনত ক’ভিড পজিটিভ বুলি খবৰ ওলাইছে। ৰাজ্যখনত নতুনকৈ ৩৬,২৬৫ গৰাকী লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে। আনহাতে, নতুনকৈ অমিক্ৰনত আক্ৰান্ত হৈছে ৭৯ জন। এই সংখ্যাৰে মুঠ অমিক্ৰণ আক্ৰান্ত হৈছে ৭৯৭ জন লোক।

You might also like