ভোট গণনা আগবঢ়াৰ লগে লগে তামিলনাডুত এক নতুন চৰকাৰ অহাৰ উকমুকনি দেখা গৈছে।
প্ৰথমবাৰৰ বাবে এটা নতুন দলে আশাপ্ৰদ ফলাফল দেখুৱাবলৈ সক্ষম হব বুলি অনুমান কৰা হৈছে।
এতিয়ালৈ নৱগঠিত TVK দলে ১০৯, ADMK দলে ৬৩ আৰু DMK দলে ৪০খন আসন অগ্ৰগতি লাভ কৰি আছে।
ডিজিটেল ডেস্ক, ৪ মে’