নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অইল ইণ্ডিয়া লিমিটেডত ৩৯ চাকৰি

অইল ইণ্ডিয়া লিমিটেড(Oil India Limited)ত খালী হৈছে ৩৯ পদ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি অইল ইণ্ডিয়া লিমিটেড কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন সংবাদ পত্রত প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Contractual Drilling/Workover Operator (4), Contractual Drilling/Workover Mechanic (4), Contractual Drilling/Workover Assistant Operator (21), Contractual Drilling/Workover Assistant Mechanic (10)৷Contractual Drilling/Workover Operator পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তEducation Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্রাপ্তInstituteৰ পৰাDiesel Mechanic/Fitter/Electrician/Turner/Machinist Tradeৰ প্রমাণ–পত্রধাৰী হোৱা হ’ব লাগিব৷Drilling/Workover Activity (Drilling/Workover Operation)ৰ ৫ বছৰীয়া কর্ম অভিজ্ঞতা থকা নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্তUniversityৰ পৰাScience শাখাত স্নাতক ডিগ্রীধাৰী হোৱাৰ লগতে Drilling/Workover Activity (Drilling/Workover Operation)ৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা নাইবা চৰকাৰী স্বীকৃতিপ্রাপ্তEducation Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে চৰকাৰী স্বীকৃতিপ্রাপ্তPolytechnicৰ পৰাEngineeringৰ ডিপ্ল’মাধাৰী হোৱা হ’ব লাগিব৷Drilling/Workover Activity (Drilling/Workover Operation)ৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৯,৫০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ৩০ জানুৱাৰীত অনুষ্ঠিত হ’ব৷Contractual Drilling/Workover Mechanic পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তEducation Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা আৰু চৰকাৰী স্বীকৃতিপ্রাপ্তPolytechnicৰ পৰাMechanical Engineering/Automobile Engineeringৰ ডিপ্ল’মাধাৰী হোৱাৰ লগতেE&P CompanyৰDrilling/Workover Wells বিভাগতEngine, Pump, Compressor, Generating Set, Laying and Connecting High Pressure LineৰMaintenance আৰুOperationৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৯,৫০০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ৩১ জানুৱাৰীত অনুষ্ঠিত হ’ব৷Contractual Drilling/Workover Assistant Operator পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তEducation Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা আৰু চৰকাৰী স্বীকৃতিপ্রাপ্তInstituteৰ পৰাDiesel Mechanic/Fitter/Electrician/Turner/Machinist Tradeৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতেDrilling/Workover Activity (Drilling/Workover Operation)ৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৬,৬৪০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ১ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ শেষতContractual Drilling/Workover Assistant Mechanic পদৰ প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্তEducation Boardৰ পৰা দশম শ্রেণী উত্তীর্ণ হোৱা আৰু চৰকাৰী স্বীকৃতিপ্রাপ্তInstituteৰ পৰাDiesel Mechan Tradeৰ প্রমাণ–পত্রধাৰী হোৱাৰ লগতেE&P CompanyৰDrilling/Workover Wells বিভাগতEngine, Pump, Compressor, Generating Set, Laying and Connecting High Pressure LineৰMaintenance আৰুOperationৰ ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৬,৬৪০ টকা লাভ কৰিব৷ সাক্ষাৎকাৰ ৩ ফেব্রুৱাৰীত অনুষ্ঠিত হ’ব৷ বয়স ১৮–৪০ বছৰ৷

উল্লিখিত তাৰিখত পুৱা ৭ বজাৰ পৰা ৯ বজালৈEmployee Welfare Office, Nehru Maidan, Oil India Limited, Duliajan, Assamত সাক্ষাৎকাৰ অনুষ্ঠিত হ’ব৷ বিজ্ঞাপন বিষয়ক অধিক তথ্যৰ বাবে অইল ইণ্ডিয়া লিমিটেডৰ ৱেবছাইট https://www.oil-india.com/Document/Career/Advertisement_OGPSadvt. ভিজিট কৰিব পাৰে৷ সাক্ষাৎকাৰলৈ আহোঁতে ৱেবছাইটৰ পৰা ডাউনলোড কৰা নির্ধাৰিত প্র–পত্র পূৰ কৰি আনিব লাগিব৷

You might also like