নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রাথমিক শিক্ষা বিভাগত ১০,৬৭৩টা শিক্ষকৰ পদ মুকলি

🔹 আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ

অসম চৰকাৰৰ প্রাথমিক শিক্ষা সঞ্চালকালয়ৰ তৰফৰ পৰা নিম্ন প্রাথমিক আৰু উচ্চ প্রাথমিক শিক্ষকৰ খালী হোৱা দহ সহস্রাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like