নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত ১৮৭টা পদত চাকৰি

🔹 আবেদনৰ সময়সীমা ১৩ ছেপ্টেম্বৰ

আছাম পাব্লিক ছার্ভিচ কমিছনে প্রকাশ কৰা বিজ্ঞাপন অনুসৰি পাব্লিক হেলথ ইঞ্জিনীয়াৰিং বিভাগত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like