নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শোণিতপুৰ সমাজ কল্যাণ বিভাগত ৩ পদৰ বিজ্ঞাপন

শোণিতপুৰ জিলা সমাজ কল্যাণ বিভাগ[O/o the District Social Welfare Office, Sonitpur (Assam)]ত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ জিলা উপায়ুত্ত (Deputy Commissioner)ই প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি, ঠিকাভিত্তিক চুক্তিত শোণিতপুৰ জিলাৰDistrict Level Centre for Women (DLCW)ৰ অধীনতNational Mission for Empowerment of Women (NMEW)ৰ অন্তর্গত জিলাখনত ৰূপায়ণ হ’বলগীয়া মহিলা আঁচনিসমূহ তদাৰকৰ বাবে”MAHILA SHAKTI KENDRA”ত পূৰণ কৰা হ’ব৷Women Welfare Officer (1) পদৰ প্রার্থীHumanities & Social Science/Social Work বিষয়ত স্নাতকোত্তৰ হোৱাৰ লগতে জিলাখনতWomen ওপৰতImplement Schemes/Programmes ৰূপায়ণ হ’বলগীয়া আঁচনিসমূহৰ বিষয়ে সম্যক জ্ঞান থকাটো বাঞ্ছনীয়৷Local Language/DialectতLiaison District Officialsসমূহৰ লগতCommunication ৰাখিব পৰা হ’ব লাগিব৷ ইয়াৰ উপৰি কম্পিউটাৰতReport Writingৰ লগতেMIS সম্পর্কে জ্ঞান থকা হ’ব লাগিব৷

নিযুক্তিৰ ক্ষেত্রতWomen প্রার্থী আৰুResident of Same Districtৰ প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব৷ বয়স ৩১ জানুৱাৰী, ২০২০লৈ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩৫,০০০ টকা৷ আনহাতে,District Coordinator (1) পদৰ প্রার্থীHumanities & Social Science/Social Work বিষয়ত স্নাতকোত্তৰ ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতWomen প্রার্থী আৰুResident of Same Districtৰ প্রার্থী আৰুWord, Excel & Power Pointৰ জ্ঞান থকা প্রার্থীক অগ্রাধিকাৰ দিয়া হ’ব৷ বয়স ৩১ জানুৱাৰী, ২০২০লৈ ৩৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২০,০০০ টকা৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ বিভাগীয় ৱেবছাইটhttp://sonitpur.nic.in লগ–ইন কৰিব পাৰে৷

যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo The O/o the District Social Welfare Officer, Near Vishal Mega Mart, Near Tribeni Centre, Tezpur, PIN.-784001 (Assam) ঠিকনালৈ প্রেৰণ কৰিব লাগিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ১০ মার্চ, ২০২১৷ আবেদন–পত্র কার্যালয়The Deputy Commissioner, Sonitpur, PIN-784001 (Assam)ৰ পৰাও সংগ্রহ কৰিব পাৰে৷

You might also like