নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ৫২টা চাকৰি

অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটী

  • সংস্থাৰ নাম: অসম ডাউন টাউন বিশ্ববিদ্যালয়, গুৱাহাটী

  • মুঠ পদ : ৫২টা

  • আবেদনৰ অন্তিম তাৰিখ : ১৫/০৯/২০২৫

  • পদৰ নাম : শিক্ষণ আৰু অশিক্ষণ পদ

  • অফিচিয়েল ৱেবছাইট : adtu.in

অসম ডাউন টাউন বিশ্ববিদ্যালয়, যি উত্তৰ–পূব ভাৰতৰ অন্যতম শ্ৰেষ্ঠ শিক্ষানুষ্ঠান, তেওঁলোকে ৫২টা পদৰ বাবে আবেদন আহ্বান কৰিছে। আগ্ৰহী প্ৰাৰ্থীয়ে তলত দিয়া বিৱৰণ অনুসৰি আবেদন কৰিব পাৰিব।

পদৰ বিৱৰণ

১. Assistant Professor

  • পদ : ০৬

  • Specialization: Computer Science Engineering

  • অৰ্হতা: M.Tech (CSE) সহ Ph.D

  • অভিজ্ঞতা: ০-১ বছৰ

  • Faculty: Faculty of Engineering

২. Assistant Professor

  • পদ: ০৩

  • Specialization: Mathematics/Statistics

  • অৰ্হতা: M.Sc. Mathematics/Statistics সহ Ph.D

  • অভিজ্ঞতা: Distance আৰু Online Education Programmes ত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ

৩. Assistant Professor

  • পদ: ০৩

  • Specialization: AI/ML, Data Science, Cybersecurity & Cloud and Mobile Computing

  • অৰ্হতা: MCA/M.Tech (IT বা CSE) সহ Ph.D

  • অভিজ্ঞতা: Distance আৰু Online Education Programmes ত অভিজ্ঞতা থকা প্ৰাৰ্থীক অগ্ৰাধিকাৰ

৪. Lab Instructor

  • পদ: ১০

  • অৰ্হতা: Diploma/BCA/B.Tech (CSE/Computer Engineering/IT)

  • অভিজ্ঞতা: ০-১ বছৰ

  • Faculty: Faculty of Engineering

৫. Manager – Online Admissions

  • পদ: ০৩

  • অৰ্হতা: Graduate (Post Graduate হ’লে অগ্ৰাধিকাৰ)

  • অভিজ্ঞতা: ৫-৭ বছৰৰ অভিজ্ঞতা (Admissions বা সংশ্লিষ্ট ক্ষেত্ৰত) + উন্নত যোগাযোগ দক্ষতা

৬. Soft Skill Trainer

  • পদ: ০৬

  • অৰ্হতা: Post Graduate

  • অভিজ্ঞতা: Soft Skill Trainer হিচাপে ২-৩ বছৰৰ অভিজ্ঞতা

৭. Trainer [Quantitative Aptitude & Logical Reasoning]

  • পদ: ০৯

  • অৰ্হতা: Graduate (Post Graduate হ’লে অগ্ৰাধিকাৰ)

  • অভিজ্ঞতা: Aptitude Trainer হিচাপে ২-৩ বছৰৰ অভিজ্ঞতা

৮. Assistant Manager/Senior Officer/Officer – Outreach Marketing

  • পদ: ০৮

  • স্থান অনুসৰি:

    • Siliguri: ০২

    • Sikkim: ০২

    • Nagaland: ০২

    • Meghalaya: ০২

  • অৰ্হতা: Graduate (Post Graduate হ’লে অগ্ৰাধিকাৰ)

  • অভিজ্ঞতা: Outreach & Admissions বা সংশ্লিষ্ট ক্ষেত্ৰত ৩-৫ বছৰ

৯. Assistant Manager/Senior Officer/Officer – Creative and Design

  • পদ: ০৪

  • অৰ্হতা: Graduate (Post Graduate হ’লে অগ্ৰাধিকাৰ)

  • অভিজ্ঞতা: ৩-৫ বছৰৰ অভিজ্ঞতা + Adobe Creative Suite বা অন্য Design Software-ত দক্ষতা

কেনেকৈ আবেদন কৰিব?

আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীয়ে নিজৰ বিস্তাৰিত Resume (Recent Photographসহ) [email protected] ইমেইলত পঠাব লাগিব। Subject line-ত আবেদন কৰা পদৰ নাম স্পষ্টকৈ লিখিব লাগিব।

You might also like