নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচনত ১২ পদৰ বিজ্ঞাপন

নামৰূপৰ পর্বতপুৰস্থিত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন(Brahmaputra Valley Fertilizer Corporation Limited)ত খালী হৈছে Apprenticeৰ ১২ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি Brahmaputra Valley Fertilizer Corporation LimitedৰManager (HR)–এ এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷

প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Dy. General Manager-HR (1), Deputy General Manager-Finance (1), Company Secretary (1), Finance Manager (1), Deputy Finance Manager (1), Accounts Officer Gr.I (2), Accounts Officer Gr.II (4)৷ Dy. General Manager-HR পদৰ প্রার্থী MBA ডিগ্রীধাৰী হোৱাৰ লগতে Personnel Management & Industrial Relations বিষয়ত জ্ঞান থকা হ’ব লাগিব নাইবা PIR/HRD/Labour & Social Welfare বিষয়ত ডিপ্ল’মা/পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হোৱাৰ লগতে PSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ১৬ বছৰীয়া কর্ম অভিজ্ঞতাৰ ৫ বছৰSenior Managerial পদত কার্যনির্বাহ কৰা হ’ব লাগিব৷Lawৰ ডিগ্রীধাৰী হোৱাটো বাঞ্ছনীয়৷ বয়স সর্বোচ্চ ৫৩ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৪৩,২০০–৬৬,০০০ টকা৷Deputy General Manager-Finance পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুC.A./I.C.W.A. উত্তীর্ণ হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ১৬ বছৰীয়া কর্ম অভিজ্ঞতাৰ ৫ বছৰSenior Managerial পদত কার্যনির্বাহ কৰা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৫৩ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৪৩,২০০–৬৬,০০০ টকা৷Company Secretary পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুInstitute of Company Secretaries of India Member হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Company SecretaryতExecutive হিচাপে কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২০,৬০০–৪৬,৫০০ টকা৷Finance পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুC.A./I.C.W.A. উত্তীর্ণ হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ১২ বছৰীয়া কর্ম অভিজ্ঞতাৰ ৪ বছৰManagerial পদত কার্যনির্বাহ কৰা আৰুLatest Financial Procedures & Laws, Knowledge of SAP থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৫১ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ৩২,৯০০–৫৮,০০০ টকা৷Deputy Finance Manager পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুC.A./I.C.W.A. উত্তীর্ণ হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ১০ বছৰীয়া কর্ম অভিজ্ঞতা আৰুLatest Financial Procedures & Laws, Knowledge of SAP ৰ থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৫০ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২৯,১০০–৫৪,৫০০ টকা৷Accounts Officer Gr.I পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুC.A./I.C.W.A. উত্তীর্ণ হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ৫ বছৰীয়া কর্ম অভিজ্ঞতা আৰুLatest Financial Procedures & Laws, Knowledge of SAP থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ২০,৬০০–৪৬,৫০০ টকা৷Accounts Officer Gr.II পদৰ প্রার্থী স্নাতক ডিগ্রীধাৰী আৰুC.A./I.C.W.A. উত্তীর্ণ হোৱাৰ লগতেPSU/Large Private Sector OrganizationৰPersonnel & Administration DepartmentতExecutive হিচাপে ৩ বছৰীয়া কর্ম অভিজ্ঞতা আৰুLatest Financial Procedures & Laws, Knowledge of SAP থকা হ’ব লাগিব৷ বয়স সর্বোচ্চ ৪৫ বছৰ৷ দৰমহাৰ নিৰিখ মাহে ১৬,৪০০–৪০,৫০০ টকা৷ আবেদন মাচুল হিচাপে সাধাৰণ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে বেংক ড্রাফ্টযোগেBrahmaputra Valley Fertilizer Corporation Limitedৰ হকেSBI/UCO Bankত ২০০ টকা পৰিশোধ কৰিব লাগিব৷

অৱশ্যে এই মাচুল এছচি, এছটি, দিব্যাংগ আৰু প্রাক্তন কর্মচাৰী শাখাৰ প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি নির্ধাৰিত প্র–পত্র ডাউনলোড কৰিবলৈ Brahmaputra Valley Fertilizer Corporation Limitedৰ ৱেবছাইট https://www.bvfcl.com/ & https://www.bvfcl.com/wp-content/uploads/2021/11/Advt02112021.pdf & https://www.bvfcl.com/wp-content/uploads/2021/11/Corrigendum061121.pdf & https://www.bvfcl.com/wp-content/uploads/2021/11/Advt-2021-Application.pdf লগ–ইন কৰিব পাৰে৷

আবেদন প্রেৰণৰ ঠিকনা To, The Manager (HR), Brahmaputra Valley Fertilizer Corporation Limited, Namrup, P.O.- Parbatpur, Dist.- Dibrugarh, Assam, PIN.- 786623৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৬ ডিচেম্বৰ, ২০২১৷

You might also like