নিয়োগ বাৰ্তা : অসম কৃষি সঞ্চালকালয়ত ৪৮৯টা খালী পদ
অসম কৃষি সঞ্চালকালয়ত ৪৮৯টা খালী পদ। আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ। অসম কৃষি সঞ্চালকালয়ে ৪ শতাধিক পদত নিযুক্তি দিয়াৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ মুঠ পদৰ সংখ্যা ৪৮৯টা৷
অসম কৃষি সঞ্চালকালয়ত ৪৮৯টা খালী পদ। আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ। অসম কৃষি সঞ্চালকালয়ে ৪ শতাধিক পদত নিযুক্তি দিয়াৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷ মুঠ পদৰ সংখ্যা ৪৮৯টা৷
পদৰ নাম উপ–প্রকল্প সঞ্চালকৰ–২২টা পদ৷
দৰমহা ৫২,০০০ টকা৷
শিক্ষাগত অর্হতা প্রার্থী এগ্রিকালচাৰ/এলায়েড ছেক্টৰত স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷
অভিজ্ঞতা প্রার্থী কমেও ৫ বছৰ কাম কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷
পদৰ নাম একাউণ্টেণ্ট কাম ক্লার্ক–১৮টা পদ৷
দৰমহা ৩০,০০০ টকা৷
শিক্ষাগত অর্হতা প্রার্থী বাণিজ্যিকত স্নাতক হ’ব লাগিব৷
অভিজ্ঞতা প্রার্থী কমেও ৩ বছৰ একাউণ্টেঞ্চীত কাম কৰাৰ অভিজ্ঞতা থকা বাঞ্ছনীয়৷
পদৰ নাম কম্পিউটাৰ প্র’গ্রেমাৰ–১৯টা পদ৷
দৰমহা ২৫,০০০ টকা৷
শিক্ষাগত অর্হতা প্রার্থী কম্পিউটাৰ ছায়েন্সত বি–টেক ডিগ্রীধাৰী অথবা এমচিএ উত্তীর্ণ হ’ব লাগিব৷
পদৰ নাম ব্লক টেকন’লজী মেনেজাৰ (বিটিএম)–১০৩টা পদ৷
দৰমহা ৩০,০০০ টকা৷
শিক্ষাগত অর্হতা প্রার্থী কৃষি আৰু এপ্লাইড ছেক্টৰত অথবা কৃষি স্নাতক হোৱা বাঞ্ছনীয়৷
পদৰ নাম এছিষ্টেণ্ট টেকন’লজী মেনেজাৰ–৩২৭টা পদ৷
দৰমহা ২৫,০০০ টকা৷
শিক্ষাগত অর্হতা এগ্রিকালচাৰ/এপ্লাইড ছেক্টৰত প্রার্থী স্নাতক অথবা স্নাতকোত্তৰ ডিগ্রীধাৰী হ’ব লাগিব৷
আবেদনৰ অন্তিম তাৰিখ ৩১ ডিচেম্বৰ৷
ৱেবছাইট www.aau.ac.in