নিয়োগ বাৰ্তা : অসম বনৰক্ষীৰ ২,৯৭২টা পদত চাকৰিৰ বিজ্ঞাপন
🔹 আবেদনৰ অন্তিম তাৰিখ ২২ ফেব্রুৱাৰী
অসম আৰক্ষীৰ বনৰক্ষী নিযুক্তি ২০২৬ : ৰাজ্যিক পর্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডৰ (এছএলপিআৰবি) অসমে বনৰক্ষী নিযুক্তি ২০২৬ৰ আনুষ্ঠানিক অধিসূচনা প্রকাশ কৰিছে৷