নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেন্ট্ৰেল মেডিকেল ছার্ভিচেছত চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ৪ আগষ্ট

ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ৰ অধীনস্থ স্বতন্ত্র সংস্থা চেন্ট্ৰেল মেডিকেল ছার্ভিচেছ ছ’চাইটীত খালী হোৱা পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

You might also like