নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয়ত ৩ পদ

মেঘালয়ৰ শ্বিলংস্থিত উত্তৰ পূর্বাঞ্চলীয় পার্বত্য বিশ্ববিদ্যালয় North Eastern Hill University) অর্থাৎ নেহু NEHU)ৰEconomics বিভাগত খালী হৈছেField Insvestigatorৰ ৩ পদ৷ পদকেইটা “Enumeration and valuation of the economic impact of female labour in the Hills : A study of Indian Himalayan region.” প্রজেক্টৰ অধীনত পূৰণ কৰা হ’ব৷ আবেদনকাৰীEconomics বিষয়তMA/M.Sc. ডিগ্রীধাৰী হোৱা হ’ব লাগিব৷ প্রার্থী ৪ মহীয়া ঠিকাভিত্তিক চুক্তিত নিয়োগ কৰা হ’ব৷ নিযুুক্তিপ্রাপ্তইMeghalayaৰRemote Villageৰ পৰাHousehold Level Information সংগ্রহ কৰিব লাগিব৷ আবেদনকাৰীPhysically Fit হ’ব লাগিব৷ নিযুক্তিৰ ক্ষেত্রতFieldwork, Survey, Data Collection & Analysisৰ জ্ঞান থকা প্রার্থীয়ে অগ্রাধিকাৰ লাভ কৰিব৷

মেঘালয়ত প্রচলিত স্থানীয় ভাষাসমূহৰ জ্ঞান থকাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ১৫,০০০ টকা লাভ কৰিব৷ বয়স সর্বোচ্চ ৩৫ বছৰ৷ বয়সৰ ক্ষেত্রত এছচি, এছটি, মহিলা, দিব্যাংগ আৰু অ’বিচি শ্রেণীৰ প্রার্থীয়ে বিশেষ ৰেহাই লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ বাবেNEHUৰ ৱেবছাইটhttps://www.nehu.ac.in লগ–ইন কৰিব পাৰে৷ যাৱতীয় নথি–পত্রৰ প্রত্যায়িত প্রতিলিপিসহ আবেদনTo Dr. V. Pala, Department of Economics, North-Eastern Hill University, Shillong-793022 (Meghalaya) ঠিকনালৈ প্রেৰণ কৰিব পাৰে৷ ই–মেইল[email protected]/[email protected]যোগেও আবেদন প্রেৰণ কৰিব পাৰিব৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ২৫ মার্চ, ২০২১৷

You might also like