নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়োগ বাৰ্তা : ৰে’লৱেত ১১,১২৭টা পদত চাকৰিৰ বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ জুন

ৰে’লৱে নিযুক্তি ব’ৰ্ড (RRB)-এ ভাৰতীয় ৰে’লৱেৰ সহায়ক ল’ক’ পাহলট পদত নিয়োগ ঘোষণা কৰিছে৷ ভাৰতজুৰি বিভিন্ন ৰে’লৱে নিযুক্তি ব’ৰ্ডত উপলব্ধ পদৰ বাবে যোগ্য প্রার্থীসকলৰ বাবে এইটো এক উৎকৃষ্ট সুযোগ৷

You might also like