নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিবৰ বিৰুদ্ধে অন্ন সুৰক্ষাৰ চাউল হৰলুকীৰ অভিযোগ

🔹 চৰাইবাহী সমবায়ত প্ৰতিবাদ গ্ৰাহকৰ 🔹 সমবায়ত ভুক্তভোগী ৰাইজে ওলমালে তলা নিয়মীয়া বাৰ্তা, ২৮ জুনঃ মৰিগাঁও জিলাৰ চৰাইবাহী সমবায় সমিতি লিমিটেডৰ সচিব হেমন্ত কুমাৰ নাথে অসম চৰকাৰে প্ৰদান কৰা সুলভ মূল্যৰ চাউল হৰলুকী কৰি গ্ৰাহকক চাউল যোগান নধৰাৰ…

সাতগাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ

মহানগৰ বাৰ্তা,  ২৮ জুনঃ সাতগাঁৱত আজি এডাল প্ৰকাণ্ড অজগৰ উদ্ধাৰ কৰি বন বিভাগৰ লোকক গতাই দিয়ে স্থানীয় ৰাইজে। জানিব পৰা মতে, বাসন্তী বজাৰৰ মাজমজিয়াত হঠাৎ দহ ফুটতকৈ অধিক দৈৰ্ঘ্যৰ প্ৰকাণ্ড অজগৰ এডাল প্ৰত্যক্ষ কৰে স্থানীয় একাংশ ব্যৱসায়ীয়ে।…

নাৰেংগী উচ্চ বিদ্যালয়ত ২১ কীৰ্তিমানক অভিনন্দন জ্ঞাপন

মহানগৰ বাৰ্তা, ২৮ জুনঃ নাৰেংগী উচ্চ বিদ্যালয়ৰ পৰা চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২১গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি অভিনন্দন জনাায় বিদ্যালয় পৰিচালনা সমিতিয়ে।নাৰেংগী উচ্চ বিদ্যালয়ৰ প্ৰধান…

ড্ৰাগছ ব্যৱসায়ী আবুক মৰিগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড

বাৰ্তা বুৰো, ২৮ জুনঃ মৰিগাঁও সত্ৰ ন্যায়াধীশৰ আদালতে আজি জাগীৰোড আৰক্ষী থানাত পঞ্জীভুক্ত এক গোচৰৰ ভিত্তিত কুখ্যাত ড্ৰাগছ বেপাৰী আবু চামাদক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ ৰায় প্ৰদান কৰাৰ লগতে ১ লাখ টকাৰ জৰিমনা আৰু জৰিমনা অনাদায়ে অতিৰিক্ত ১ বছৰৰ…

ধুবুৰীত উদ্বেগজনকভাৱে বৃদ্ধি এইচআইভি সংক্ৰমিতৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি (HIV) সংক্ৰমিত ৰোগীৰ সংখ্যা। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংহত পৰামৰ্শ আৰু পৰীক্ষণ কেন্দ্ৰ (Integrated Counseling and Testing Centre চমুকৈ ICTC)ৰ তথ্যত…

লাহৰীঘাটত ৰাইফল-সক্ৰিয় গুলীসহ ধৃত ১

নিয়মীয়া বাৰ্তা, ২৮ জুন : যোৱানিশা মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত ৰাইফল আৰু সক্ৰিয় গুলীসহ কৰায়ত্ত কৰে এজনক । মৰিগাঁও আৰু লাহৰীঘাট আৰক্ষীৰ যৌথ অভিযানত লাহৰীঘাটৰ হুগলতলীৰ পৰা কৰায়ত্ত কৰিছে শ্বৰিফ উদ্দিন নামৰ ব্যক্তিজনক। শ্বৰিফ…

ৰঙাপৰাত ভয়াৱহ অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ শোণিতপুৰৰ ৰঙাপৰা চহৰত আজি সংঘটিত হয় এক ভয়াৱহ অগ্নিকাণ্ড । জানিব পৰা মতে, ৰঙাপৰা চহৰৰ অসম ৰাজ্যিক পৰিৱহণ নিগম আস্থান পথত থকা এখন হাৰ্ডৱেৰ দোকানত আজি পুৱা সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনাটো । অগ্নিকাণ্ডত নিমিষতে জ্বলি ছাই হয়…

বানৰ কবলত বালিপৰাৰ কেইবাখনো গাঁও

🔴 বানত বুৰিল চৰকাৰী বিদ্যালয়-বিদ্যুৎ বিভাগৰ কাৰ্যালয়, অঞ্চলটোত বিদ্যুৎ কৰ্তন নিয়মীয়া বাৰ্তা, ২৮ জুনঃ শোণিতপুৰৰ বালিপৰাত  ভয়াৱহ বানত বুৰিল ভালেকেইখন গাঁও। ৰাইজৰ মাজত হাহাকাৰ । জৰাসৰ নৈৰ  ভয়াৱহ বানত বুৰিল ৰাইজৰ ঘৰ-দুৱাৰ, ৰাষ্ট্ৰীয়…

এনএইচপিচি লিমিটেডত ৪০০ চাকৰি

বিশেষ বাৰ্তা, ২৮ জুনঃ কেন্দ্রীয় শক্তি মন্ত্রালয়ৰ অধীনত ৰাষ্ট্রীয় সংস্থা নেচনেল হাইড্র’ ইলেক্ট্রিক পাৱাৰ কর্প’ৰেচন চমুকৈ এনএইচপিচি লিমিটেডত যথেষ্টসংখ্যক কর্মচাৰী নিয়োগ কৰা হ’ব৷ সম্প্রতি সংস্থাটোৱে এই সম্পর্কীয় বিজ্ঞপ্তি প্রকাশ কৰিছে৷…

কৃষি কল্যাণ মন্ত্রালয়ত ২৬০ পদ খালী

বিশেষ বাৰ্তা, ২৮ জুনঃ খাদ্য আৰু কৃষি বিজ্ঞান শাখাত পিএইচডি কৰা লোকসকলক চাকৰিৰ সুযোগ দিছে কৃষি আৰু কৃষি কল্যাণ মন্ত্রালয়ে৷ সম্প্রতি মন্ত্রালয়ৰ ‘এগ্রিকালচাৰেল ছাইণ্টিফিক ৰিক্ৰুইটমেণ্ট ব’ৰ্ড’ৰ তৰফৰ পৰা প্রকাশ কৰা হৈছে নিয়োগৰ বিজ্ঞপ্তি৷ সেই…