ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ বিশ্ব পৰিৱেশ দিৱস
বিশেষ বাৰ্তা, ৫জুনঃ বিশ্ববাসীক পৰিৱেশৰ প্রতি সজাগ কৰি তোলা তথা সকলো মানুহে পৰিৱেশ সংৰক্ষণ কৰি পৃথিৱীক সুস্থিৰ কৰি ৰখাৰ উদ্দেশ্যে ডিব্ৰুগড়ত আজি সাংবাদিক সংগঠন 'বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাবৰ সহযোগত, ডিব্ৰুগড় জিলা সাংবাদিক সন্থাৰ উদ্যোগত…