নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অগপ এতিয়া অপ্ৰতিৰোধ্য শক্তিঃ অতুল বৰা

🟢 ধেমাজিত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন বিশেষ বাৰ্তা, ধেমাজি, ৪ জুনঃ প্ৰচণ্ড গৰমক নেওচি অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ উৎসাহ আৰু অকুণ্ঠ সঁহাৰিৰে দলৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ সভাপতিত্বত আজি ধেমাজি চহৰত অসম গণ পৰিষদ দলৰ এখন বিশেষ…

ৰঙিয়াত বিদ‍্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু, অভিযন্তাক প্ৰহাৰ

নিয়মীয়া বাৰ্তা, ৪ জুনঃ ৰঙিয়াৰ বঙালীকুছিত অঘটন। বিদ‍্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু হয়। মৃত লোকজন হৈছে ৰঙিয়া ২নং নকুলৰ হামিদৰ ৰহমান। হামিদৰ ৰহমান পেছাত এগৰাকী বিদ্যুৎ বিভাগৰ ইলেকট্ৰিচিয়ান। পুৱাৰ ভাগত ৰঙিয়াৰ বঙালীকুচিত বিদ্যুৎ মেৰামতি কৰি…

৯০ বছৰীয়া বৃদ্ধক যাৱজ্জীৱন কাৰাদণ্ড

📌 চাৰি দশক পিছত ১০ দলিতক হত্যাৰ শাস্তি বিশেষ বাৰ্তা, ৪ জুনঃ ৪২ বছৰ পূর্বে উত্তৰ প্রদেশত ১০জন দলিতক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰা হ’ল গংগা দয়াল নামৰ ৯০ বছৰীয়া বৃদ্ধ এজনৰ লগতে অন্য ৯গৰাকী লোকক৷ দোষী সাব্যস্ত কৰি আদালতে এই ১০গৰাকী লোকৰ…

সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ অধিৱেশনৰ দিন থিৰাং

নিয়মীয়া বাৰ্তা, ৪ জুনঃ "ৰাষ্ট্ৰীয় যুৱ বঁটা বিজয়ী" সদৌ অসম গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ বাৰ্ষিক অধিবেশনখন বকোত আয়োজন কৰাৰ প্ৰস্তূতি চলিছে। গ্ৰাম্য পুথিভঁৰাল সন্থাৰ কামৰূপ জিলা সমিতিৰ অধিবেশন আয়োজন কৰাৰ প্ৰস্তূতি চলাবলৈ…

তিনিচুকীয়াত “নিচামুক্ত ভাৰত অভিযান”ৰ শুভাৰম্ভ

বিশেষ বাৰ্তা, ৪ জুনঃ ড্ৰাগছৰ অপব্যৱহাৰৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ মন্ত্ৰালয়ে "নিচামুক্ত ভাৰত অভিযান" শীৰ্ষক এক বিশেষ  কাৰ্যসূচী আৰম্ভ কৰিছে। ইতিমধ্যে ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সশক্তিকৰণ…

৬৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা সোণাৰি চাপৰি আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৪ জুনঃ ঢকুৱাখনা মহকুমাৰ সোণাৰি চাপৰি আৰক্ষী চকী এলেকাত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত প্ৰথম স্থান লাভ কৰি উত্তীৰ্ণ হোৱা ৬৩গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক আজি ফুলাম গামোচা, মানপত্ৰ আদিৰে সম্বৰ্ধনা জনাই উৎসাহিত কৰাৰ…

এভাৰেষ্টত বৃদ্ধি পর্বতাৰোহীৰ মৃত্যুৰ সংখ্যা

📌 প্রয়োজনীয় দক্ষতাৰ অভাৱ 📌 চলিত বর্ষত ১৩জনৰ মৃত্যু, সন্ধানহীন চাৰিজন বিশেষ বাৰ্তা, ৪ জুনঃ বিশ্বৰ সর্বোচ্চ শৃংগ এভাৰেষ্টৰ বুকুত পর্বতাৰোহীৰ মৃত্যুৰ ঘটনাক লৈ ব্যাপক চর্চা চলিছে ৷ চলিত বর্ষত এভাৰেষ্টৰ বুকুত মৃত্যু হৈছে ১৩গৰাকী পর্বতাৰোহীৰ ৷…

উত্তৰ প্রদেশত গংগাৰ তীৰত শতাধিক মৃতদেহ!

📌 প্রয়াগৰাজ জিলা প্রশাসনৰ নিষেধাজ্ঞা উলংঘা কৰি চলাই থকা হৈছিল কবৰ দিয়া কার্য বিশেষ বাৰ্তা, ৪ জুনঃ গংগাৰ পাৰত বালিৰ তলৰ পৰা ওলাবলৈ ধৰিছে এটাৰ পিছত এটাকৈ মৃতদেহ ৷ কোনোটো মৃতদেহৰ প্লাষ্টিক দেখা গৈছে যদি কোনোটোৰ আকৌ কংকাল দেখিবলৈ পোৱা গৈছে ৷…

১৪বিধ ঔষধ নিষিদ্ধ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ

📌 মানৱ শৰীৰৰ বাবে বিপজ্জনক 📌 তালিকাত পেৰাচিটামল–নিমেচুলাইডো বিশেষ বাৰ্তা, ৪ জুনঃ মানৱ শৰীৰৰ বাবে বিপজ্জনক ১৪ বিধ ঔষধ নিষিদ্ধ কৰিলে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ে৷ কাহ–জ্বৰ আদিৰ উপশমত ব্যৱহাৰ হোৱা নিমোচুলাইড, পেৰাচিটামলৰ দৰে বিচ্ছুৰণযোগ্য…

মিছলীয়া

হোমেন বৰগোহাঞি (১) এদিন এজন ল’ৰাই তাৰ দেউতাকৰ লগত চার্কাছ চাবলৈ গৈছিল৷ চার্কাছৰ টিকট কিনিবৰ কাৰণে মানুহে দীঘলীয়া শাৰী পাতি কিউ কৰিছিল৷ ল’ৰাজনে দেখিলে যে তেওঁলোক দুজনৰ ঠিক আগতে এটা ডাঙৰ পৰিয়াল– মাক, দেউতাক আৰু ৮টা ল’ৰা–ছোৱালী– টিকট কিনিবৰ…