দুদিনীয়া ভ্ৰমণসূচীৰে শিৱসাগৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত
নিয়মীয়া বাৰ্তা, ২৯ মেঃ জনসংযোগৰ তৰফৰ পৰা শিৱসাগৰৰ সংবাদ মাধ্যমক সামান্যও ভু নিদিয়াকৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত শিৱসাগৰত উপস্থিত হোৱা ঘটনাই শিৱসাগৰৰ সংবাদ মাধ্যমক ক্ষুণ্ণ কৰি তুলিছে ৷…