নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিগ–২১ৰ অপাৰেচন সাময়িকভাৱে স্থগিত

নিয়মীয়া বাৰ্তা, ২১ মে': ভাৰতীয় বায়ুসেনাৰ পুৰণি মিগ–২১ বিমানৰ নিৰীক্ষণ চলি থকাৰ বাবে এই যুদ্ধ বিমানৰ অপাৰেচন সাময়িকভাৱে স্থগিত ৰখা হৈছে৷ ৰাজস্থানত অলপতে বায়ুসেনাৰ মিগ–২১ বিমান দুর্ঘটনাত পতিত হৈ তিনিজন লোকৰ মৃত্যু ঘটাৰ পিছতে পুৰণি হৈ যোৱা এই…

আপোনাৰ জীৱনলৈ সাফল্য অহাটো নিশ্চিত, মাত্ৰ মানি চলক গীতাৰ পাঁচটি উপদেশ

শ্ৰীমদ্ভভাগৱত গীতাৰ কৃষ্ণৰ পৰামৰ্শ অনুসৰণ কৰি, প্ৰতিজন ব্যক্তিয়ে তেওঁৰ জীৱন সমৃদ্ধ কৰিব তুলিব পাৰে। অৰ্জুনৰ জৰিয়তে শ্ৰীকৃষ্ণই পৰিয়ালক গীতাৰ পৰামৰ্শ দিছিল। মহাভাৰতৰ যুদ্ধত, অৰ্জুনে কুৰুক্ষেত্ৰত তেওঁৰ প্ৰতিদ্বন্দীয়ে সকলো…

বকোৰ কালিয়াবড়ীত ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়ণ পূজিৰে নিৰ্মিত পকী বেৰ আনুষ্ঠানিক উদ্বোধন

নিয়মীয়া বাৰ্তা, ২১ মে' - ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ এলেকাত উন্নয়নৰ পূজিৰে নিৰ্মিত পকী বেৰ আৰু লোৰ গেট এখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে সুমিত ৰাভাই। উল্লেখ্য যে ; কামৰূপ জিলাৰ বকোৰ কালিয়াবড়ীত কলীয়া গোঁসাই থানৰ…

আশীষ কুন্দ্ৰাৰ শেহতীয়া গ্ৰন্থ ‘এ ৰিচাৰ্জেণ্ট নৰ্থ-ইষ্টঃ নেৰেটিভছ অৱ চেঞ্জ’ সন্দৰ্ভত আলোচনা

ভৌগোলিক প্ৰতিবন্ধকতা নেওচি এক সমৃদ্ধ উদ্যোগশীল পৰিৱেশতন্ত্ৰ গঢ়ি তুলিবলৈ সংকল্পবদ্ধ উত্তৰ-পূবৰ যুৱক-যুৱতীঃ কুন্দ্ৰা অঞ্চলটোৰ অৰ্থনৈতিক উন্নতিৰ বাবে প্ৰধান খণ্ডসমূহে অপৰিসীম প্ৰতিশ্ৰুতি বহন কৰেঃ কুন্দ্ৰা নিয়মীয়া…

বাক্সাৰ কে চি কলেজত নৃত্যছায়া কলা আংগনৰ শাস্ত্ৰীয় নৃত্য কৰ্মশালা তথা নৃত্য উৎসৱৰ সামৰণি

নিয়মীয়া বাৰ্ত, ২০ মে':'নৃত্যৰ ভাষা সকলোৱে বুজি পায়। এগৰাকী নৃত্য পতীয়সীয়ে নৃত্য পৰিবেশনৰ আৰম্ভণীতে আৰু নৃত্য পৰিবেশনৰ অন্তত ভূমি চুই দৰ্শক ৰাইজক প্ৰণাম কৰে। এয়াই নৃত্যৰ পৰিভাষা। ছায়াশ্ৰী দেশৰ পূব প্ৰান্তৰ জীয়ৰী হৈও দক্ষিণ…

চামগুৰিৰ কনুৱামাৰীত দুজন নকল সোণৰ ব্যৱসায়িক আটক

নিয়মীয়া বাৰ্তা :- ২০ মে :- নকল সোণৰ বিৰুদ্ধে অসম আৰক্ষী সষ্টম হোৱাৰ সময়তে নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ আৰক্ষীয়ে আজি পুৱতি নিশা কনুৱামাৰী অঞ্চলত অভিযান চলাই নকল সোণৰ ব্যৱসায়ৰ লগত জড়িত দুজন লোকক আটক কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা…

দুধনৈত ৰাভা ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদল

নিয়মীয়া বাৰ্তা, ২০ মে' :- নগাঁও জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমনি ৰাভাক পৰিকল্পিত ভাবে হত্যা কৰা ঘটনাৰ তদন্তৰ দাবীত গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা ৰাভা মহিলা পৰিষদ আৰু জিলা ষষ্ঠ অনুসূচী দাবী…

বকোত বগাইৰ ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ; ২০ মে' - কামৰূপ জিলাৰ বকোৰ সামাজিক - সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন বগাইৰ এই বেলি ২৫ বছৰ গৰকা উপলক্ষে অনুস্থানটোৱে আৰম্ভ কৰিছে ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্য্যসূচী। বিগত বছৰবোৰৰ দৰে আজিও ৫ জেঠ অৰ্থাৎ ২০ মে'ৰ দিঅনাই শুভাৰম্ভ…

৩০ দিনৰ ভিতৰত নকল সোণৰ ঘাটি উৎখাতৰ আশ্বাস DGP ৰ

নিয়মীয়া বাৰ্তা, ২০ মে': জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৱে পোহৰলৈ আনিলে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলি থকা নকল সোণৰ বেহাৰ তথ্য । ইতিমধ্যে উত্তৰ অসম নকল সোণৰ ঘাটিলৈ ৰূপান্তৰ হোৱাতো পৰিস্ফূৰ্ত হৈ পৰিছে । সেয়েহে এতিয়া নকল সোণৰ বিৰুদ্ধে কঠোৰ হৈছে অসম…

উপ-ৰাষ্ট্ৰীয় টীকাকৰণ দিৱস -২০২৩ ৰ তিনিচুকীয়া জিলা টাস্ক ফ’ৰ্চৰ প্ৰথমখন বৈঠক সম্পন্ন

২৮ মে'ৰ পৰা আৰম্ভ হব বিশেষ পলিঅ' প্ৰতিষেধক প্ৰদান অভিযান। জিলাখনত শূন্যৰ পৰা ৫ বছৰৰ প্ৰায় শিশুক পলিঅ' প্ৰতিষেধক প্ৰদানৰ লক্ষ্য। নিয়মীয়া বাৰ্তা, ২০ মে': বিশ্বৰ কেতবোৰ ঠাইত পলিঅ' ৰোগী পুনৰ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত…