নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় জি-৭ সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ জেকেটক লৈ হৈছে বিশেষ চৰ্চা?

নিয়মীয়া বাৰ্তা, ২১ মে': জাপানৰ প্ৰধানমন্ত্ৰী ফুমিঅ’ কিছিদাৰ বিশেষ আমন্ত্ৰণত জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ বাবে হিৰোচিমাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। এই সময়ছোৱাত তেওঁৰ বহু ছবি আৰু ভিডিঅ’ই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ইয়াৰ…

ঢকুৱাখনাৰ হাৰ্হি মহাবিদ্যালয়ৰ ৰূপালী জয়ন্তীৰ উদযাপন সমিতি গঠন

নিয়মীয়া বাৰ্তা,২১মে'-ঢকুৱাখনা মহকুমাৰ বৃহত্তৰ হাৰ্হি অঞ্চলৰ শিক্ষানুৰাগী ৰাইজৰ ঐকান্তিক প্ৰচেষ্টাত ইতিহাসপ্ৰসিদ্ধ হাৰ্হি অঞ্চলৰ গোবিন্দপুৰত ১৯৯৮ চনতে প্ৰতিষ্ঠা হৈছিল ঢকুৱাখনা মহকুমাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান হাৰ্হি মহাবিদ্যালয়। বিগত ২৫…

মৈৰাবাৰী নিচামুক্তি কেন্দ্ৰত ড্ৰাগছ বিৰোধী সজাগতা সভা

নিয়মীয়া বাৰ্তা ২১ মে': আজি মৈৰাবাৰীত অৱস্থিত নিচামুক্তি কেন্দ্ৰত এখনি ড্ৰাগছ বিৰোধী সজাগতা সভা অনুষ্ঠিত হৈ যায়। বৃহত্তৰ মৈৰাবাৰী অঞ্চলটোৰ পৰা ড্ৰাগছ নিৰ্মূলৰ উদ্দেশ্যে ইতিমধ্যে জিলা প্ৰশাসনে মৈৰাবাৰী অঞ্চলটোক স্পৰ্শকাতৰ অঞ্চল হিচাপে…

লোকসভাত কংগ্ৰেছ মুক্ত হ’ব অসমঃ অতুল বৰা

বৰপেটাত অগপৰ বিশাল দলীয় কৰ্মী সন্মিলন স্বদেশ-স্বজাতি-স্বাধিকাৰ হৈছে অসম গণ পৰিষদৰ অংগীকাৰ সম অধিকাৰ-ধৰ্মনিৰপেক্ষতা আমাৰ মহামন্ত্ৰঃ অতুল বৰা নিয়মীয়া বাৰ্তা, ২১ মে': আজি বৰপেটা চহৰৰ বৰপেটা জিলা পুথিভৰালত অসম গণ…

খুমটাই জয়া গগৈ মহাবিদ্যালয়ৰ উদ্যোগত গুলুংটেমেৰাত বিনামূলীয়া চকু চিকিৎসা শিবৰ সম্পন্ন

নিয়মীয়া বাৰ্তা,  ২১মে':: খুমটাই জয়া গগৈ মহাবিদ্যালয় আৰু মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত মহাবিদ্যালয়ৰ আভ্যন্তৰীণ মান মূল্যায়ন কোষৰ আৰু  HIGHT PLUS(EYE CARE FOUNDATION JORHAT)ৰ সহযোগত বিনামূলীয়া চকু পৰীক্ষা…

অসম কৃষি বিশ্ববিদ্যালয়ত আন্তর্জাতিক চাহ দিৱস উদযাপন

নিয়মীয়া বাৰ্তা, ২১ মে': চাহৰ পাত গুণগত মানৰ নহ'লে ভাল চাহ পাব নোৱাৰি। ছিঙা পাতৰ ভাল বেয়া অনুপাতৰ ওপৰতে চাহৰ মান নিৰ্ভৰ কৰে। চাহৰ গুণগত মানদণ্ড অক্ষুণ্ণ ৰাখিবলৈ হ'লে চাহবাগিচাত পাত উৎপাদন পৰ্যায়তে অধিক গুৰুত্ব দিব লাগিব।…

চুলিৰ যত্নত কমলাৰ বাকলিৰ গুড়ি অন্তর্ভুক্ত কৰক

কমলাৰ বাকলিৰে চুলিৰ মাস্ক কেনেকৈ বনাব যদি আপুনি কমলাৰ বাকলিৰে চুলিৰ মাস্ক বনাব বিচাৰে, তেন্তে প্রথমে কমলাৰ বাকলি ভালদৰে ধুই ৰ’দত শুকুৱাই লৈ ভালকৈ পিহি লওক৷ এতিয়া কমলাৰ গুডিত নাৰিকল তেল, এলোভেৰা জেল, গোলাপ জল আৰু অলিভ অইল মিহলাই লওক৷ এই…

ডাকঘৰৰ ৫খন বিশেষ আঁচনিঃ আপুনিও লওক ইয়াৰ সুবিধা

মহিলাসকলে দুগুণ সুবিধা লাভ কৰিব পাৰিব ডাকঘৰত বিভিন্ন ধৰণৰ আঁচনি চলি থাকে, যাৰ দ্বাৰা সাধাৰণ পৰিয়ালক আর্থিক সুবিধা প্রদান কৰিব পৰা যায়৷ এই আঁচনিবোৰত সেই পৰিয়ালবোৰ অধিক লাভৱান হয়, যিসকলে বিপদ নোহোৱাকৈ সুতৰ সুবিধা ল’ব বিচাৰে৷ ডাকঘৰৰ কিছু…

অসম শক্তি উৎপাদন নিগম লিমিটেডত ৩০ চাকৰি

অসম লোকসেৱা আয়োগে (Assam Public Service Commission) অসম শক্তি উৎপাদন নিগম লিমিটেড(Assam Power Generation Corporation Limited)ৰ হৈ Junior Manager-Electrical (10), Junior Manager-Mechanical (10), Junior Manager-IT (5), Junior…

জালনোট আৰু নকল সোণৰ ব্যৱসায়ীৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ সবিশেষ ডিজিপিক জনোৱা নাছিল নগাঁও আৰু লখিমপুৰৰ…

নিয়মীয়া বাৰ্তা, ২১ মে': জালনোট আৰু নকল সোণ ব্যৱসায়ী চক্রৰ কবলত পৰি এগৰাকী সম্ভাৱনাপূর্ণ যুৱ আৰক্ষী বিষয়াৰ মৃত্যু হোৱাৰ অভিযোগ উঠাৰ সময়তে এই দুই চক্রৰ অপৰাধৰ বিষয়ে পূর্বৰে পৰা অজ্ঞ আছিল অসম আৰক্ষীৰ সঞ্চালকপ্রধান জি পি সিং৷ নগাঁৱৰ আৰক্ষী…